Show/Hide Keyboard Layout

অনাদি অনন্ত

- জুবলী বৰুৱা

অৰে তানে না ...

হে ৰে ঋ ...

তানা না

আ হায়েনা নে না ...

 

আৰে উদ্ধৱ বস

লহো গকুলে লাই

আৰে হামু বিনে গোপী

আৰে হামু বিনে গোপী

আৰে হামু বিনে গোপী

ৰতিলে ক যুগ যায়

আৰে উদ্ধৱ বস

লহো গকুলে লাই ।

 

সদামিনী সৰোজিনী তুমি

তুমি অফুৰন্ত অনাদি অনন্ত

ধাতৃ তুমি তুমি দাতৃ অনন্য

তুমিয়ে সৃষ্টি অনাদি অনন্ত ।

 

সীমাহীন পৰিধি তোমাৰ

ব্যাপ্তি প্ৰকৃতি তুমি নিৰাকাৰ

তুমি অফুৰন্ত অনাদি অনন্ত

ধাতৃ তুমি কৃষ্টি সংস্কৃতি

তুমি অফুৰন্ত অনাদি অনন্ত

সদামিনী সৰোজিনী তুমি

তুমি অফুৰন্ত অনাদি অনন্ত ।।

Hits: 4656